ৰাজ্যিক চলচ্চিত্ৰ বঁটা
অৱয়ব
ৰাজ্যিক চলচ্চিত্ৰ বঁটা অসম ৰাজ্য চৰকাৰে চলচ্চিত্ৰৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট অবদানৰ বাবে আগবঢ়ায়।
ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০০৪
[সম্পাদনা কৰক]১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ নিৰ্মিত অসমীয়া কাহিনী আৰু অ-কাহিনী ছবিৰ মাজত ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০০৪ প্ৰদান কৰা হয়। বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয় ১৩ এপ্ৰিল, ২০০৫ তাৰিখে।
বৰ্ষ | বঁটা | বিজয়ী | ছবি |
---|---|---|---|
১৯৯৮-৯৯ | শ্ৰেষ্ঠ ছবি | মোহমুক্তি | |
শ্ৰেষ্ঠ পৰিচালক | ধীৰাজ কাশ্যপ | মোহমুক্তি | |
শ্ৰেষ্ঠ অভিনেতা | জয়ন্ত ভাগৱতী | মোহমুক্তি | |
শ্ৰেষ্ঠ অভিনেত্ৰী | বৰ্ণালী পূজাৰী | যৌৱনে আমনি কৰে | |
১৯৯৯-২০০০ | শ্ৰেষ্ঠ ছবি | অনল | |
শ্ৰেষ্ঠ পৰিচালক | বিদ্যুৎ চক্ৰৱৰ্তী | নিষিদ্ধ নদী | |
শ্ৰেষ্ঠ অভিনেতা | বিভাষ চক্ৰৱৰ্তী | মহাৰথী | |
শ্ৰেষ্ঠ অভিনেত্ৰী | তৃষা দেৱী | নিষিদ্ধ নদী | |
২০০০-০১ | শ্ৰেষ্ঠ ছবি | মৎস্যগন্ধা | |
শ্ৰেষ্ঠ পৰিচালক | সঞ্জীৱ হাজৰিকা | মৎস্যগন্ধা | |
শ্ৰেষ্ঠ অভিনেতা | দিব্যজ্যোতি কাকতি | মৎস্যগন্ধা | |
শ্ৰেষ্ঠ অভিনেত্ৰী | সাগৰিকা গোস্বামী | সেউজী ধৰণী ধুনীয়া | |
২০০১-০২ | শ্ৰেষ্ঠ ছবি | গুণ গুণ গানে গানে | |
শ্ৰেষ্ঠ পৰিচালক | মুনিন বৰুৱা | নায়ক | |
শ্ৰেষ্ঠ অভিনেতা | তপন দাস | গুণ গুণ গানে গানে | |
শ্ৰেষ্ঠ অভিনেত্ৰী | প্ৰস্তুতি পৰাশৰ | গুণ গুণ গানে গানে | |
২০০২-০৩ | শ্ৰেষ্ঠ ছবি | কণিকাৰ ৰামধেনু | |
শ্ৰেষ্ঠ পৰিচালক | জাহ্নু বৰুৱা | কণিকাৰ ৰামধেনু | |
শ্ৰেষ্ঠ অভিনেতা | ৰবি শৰ্মা | মন | |
শ্ৰেষ্ঠ অভিনেত্ৰী | জেৰিফা ৱাহিদ পাকিজা বেগম |
অগ্নিশাক্ষী পত্নী | |
২০০৩-০৪ | শ্ৰেষ্ঠ ছবি | বাৰুদ | |
শ্ৰেষ্ঠ পৰিচালক | মঞ্জু বৰা | আকাশীতৰাৰ কথাৰে... | |
শ্ৰেষ্ঠ অভিনেতা | যতীন বৰা | জুয়ে পোৰা সোন | |
শ্ৰেষ্ঠ অভিনেত্ৰী | বীণা পতংগীয়া | জুয়ে পোৰা সোন |
ছয় বছৰৰ শ্ৰেষ্ঠ
[সম্পাদনা কৰক]বঁটা | বঁটাৰ নাম | বিজয়ী | ছবি |
---|---|---|---|
শ্ৰেষ্ঠ ছবি | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বঁটা | মৎস্যগন্ধা | |
শ্ৰেষ্ঠ পৰিচালক | ব্ৰজেন বৰুৱা বঁটা | জাহ্নু বৰুৱা | কণিকাৰ ৰামধেনু |
শ্ৰেষ্ঠ চিত্ৰনাট্য | ডo ভবেন্দ্ৰ নাথ শইকীয়া বঁটা | ৰঞ্জিত শৰ্মা | বৈভৱ |
শ্ৰেষ্ঠ সম্পাদনা | ভবেন বৰুৱা বঁটা | কাজু | সৰু বোৰাৰী |
শ্ৰেষ্ঠ সংগীত পৰিচালক | পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা | শ্বেৰ চৌধুৰী | নিষিদ্ধ নদী |
শ্ৰেষ্ঠ অভিনেতা | নটসূৰ্য ফণী শৰ্মা বঁটা | যতীন বৰা | জুয়ে পোৰা সোন |
শ্ৰেষ্ঠ অভিনেত্ৰী | আইদেউ সন্দিকৈ বঁটা | পাকিজা বেগম | পত্নী |
শ্ৰেষ্ঠ সহ অভিনেতা | গিৰিশ চৌধুৰী বঁটা | হাদি আলম বৰা | গুণ গুণ গানে গানে |
শ্ৰেষ্ঠ সহ অভিনেত্ৰী | ইভা আচাও বঁটা | মৃদুলা বৰুৱা | গুণ গুণ গানে গানে |
শ্ৰেষ্ঠ কৌতুক অভিনেতা | মোৱাজ্জন আলি বঁটা | হিৰণ্য দাস | ইমান মৰম কিয় লাগে |
শ্ৰেষ্ঠ নেতিবাচক চৰিত্ৰ | তঁচদ্দুক ইউচুফ বঁটা | প্ৰাঞ্জনা দত্ত | মিঠা মিঠা লগনত |
শ্ৰেষ্ঠ নেপঠ্য গায়ক | ৰুদ্ৰ বৰুৱা বঁটা | জুবিন গাৰ্গ | বিধাতা |
শ্ৰেষ্ঠ নেপঠ্য গায়িকা | প্ৰতিমা বৰুৱা পাণ্ডে বঁটা | কুইন দাস | অনল |
শ্ৰেষ্ঠ গীতিকাৰ | ডo নিৰ্মলপ্ৰভা বৰদলৈ বঁটা | কেশৱ মহন্ত | পত্নী |
শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনা | গজেন বৰুৱা বঁটা | জিনি মহলীয়া | মন |
শ্ৰেষ্ঠ বাণীবন্ধন | পীযুষকান্তী ৰয় বঁটা | যতীন শৰ্মা | বৈভৱ |
শ্ৰেষ্ঠ কলা নিৰ্দেশনা | যুগল দাস বঁটা | ফটিক বৰুৱা | মোহমুক্তি |
শ্ৰেষ্ঠ শিশু শিল্পী | শ্ৰীমান সিদ্ধাৰ্থ বঁটা | ৰণিক | কণিকাৰ ৰামধেনু |
শ্ৰেষ্ঠ ৰূপসজ্জা | বংশী দাস বঁটা | যোগেন দাস | মোহমুক্তি |
শ্ৰেষ্ঠ সাজসজ্জা | প্ৰদীপ চলিহা বঁটা | গীতাৰাণী গোস্বামী | মোহমুক্তি |
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী | মৃণালকান্তি দাস | নিষিদ্ধ নদী | |
শ্ৰেষ্ঠ তথ্যচিত্ৰ | নৰেন বৰুৱা বঁটা | জ্যোতিপ্ৰসাদ দাস | দি গ্ৰীণ ৱাৰিয়ৰ্ছ |
শ্ৰেষ্ঠ তথ্যচিত্ৰ পৰিচালক | প্ৰবীণ ফুকন বঁটা | আলটাফ মজীদ | জীৱন |
জীৱনজোৰা সাধনা | প্ৰমথেশ বৰুৱা বঁটা | অনুপমা ভট্টাচাৰ্য | |
জুৰীৰ বিশেষ | কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা | নিপন গোস্বামী | |
বিশেষ জুৰী বঁটা | পানৈ জংকী মা | ||
শ্ৰেষ্ঠ চুটি ছবি | নিপ বৰুৱা বঁটা | বিবেচিত নহ'ল |
|