১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
অৱয়ব
বৰ্ষ | ছবি | পৰিচালক | সংগীত পৰিচালক | মুক্তিৰ তাৰিখ | প্ৰাপ্ত বঁটা, সন্মান |
---|---|---|---|---|---|
১৯৫০ | বিপ্লৱী | অসিত সেন | শিৱ ভট্টাচাৰ্য | ১৬ জানুৱাৰী | |
১৯৫২ | ৰুণুমী | সুৰেশ চন্দ্ৰ গোস্বামী | দৰ্প নাথ শৰ্মা | অজ্ঞাত | |
১৯৫৪ | সতী বেউলা | সুনীল গাংগুলী | ভূপেন হাজৰিকা | ৮ জানুৱাৰী | |
১৯৫৫ | নিমিলা অংক | লক্ষ্যধৰ চৌধুৰী | পুৰুষোত্তম দাস | ১৬ চেপ্টেম্বৰ | |
পিয়লী ফুকন | ফণী শৰ্মা | ভূপেন হাজৰিকা | ২ ডিচেম্বৰ | "ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি | |
১৯৫৬ | সৰাপাত | আনোৱাৰ হুছেইন | মুকুল বৰুৱা | ৩০ মাৰ্চ | |
স্মৃতিৰ পৰশ | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | ৬ এপ্ৰিল | ||
লখিমী | ভবেন দাস | ব্ৰজেন বৰুৱা | ২৮ চেপ্টেম্বৰ | ||
এৰা বাটৰ সুৰ | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | ৩০ নবেম্বৰ | ||
১৯৫৭ | মাক আৰু মৰম | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | ১০ মে | "ছাৰ্টিফিকেট অব মেৰিট" |
ধুমুহা | ফণী শৰ্মা | ভূপেন হাজৰিকা | ২৭ চেপ্টেম্বৰ | ||
১৯৫৮ | ৰঙা পুলিচ | নিপ বৰুৱা | নিজাম | ৪ এপ্ৰিল | "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি |
নতুন পৃথিৱী | আনোৱাৰ হুছেইন | মুকুল বৰুৱা ৰাজেশ্বৰ বৰদলৈ |
৪ জুলাই | ||
ভক্ত প্ৰহ্লাদ | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | ১৪ নবেম্বৰ | ||
১৯৫৯ | কেঁচা সোণ | ফণী শৰ্মা | ভূপেন হাজৰিকা | ২৯ মাৰ্চ | |
চাকনৈয়া | শৈল বৰুৱা | মুকুল বৰুৱা | ৪ চেপ্টেম্বৰ | ||
পূবেৰুণ | প্ৰভাত মুখাৰ্জী | তাৰিকুদ্দিন আহমেদ | ১৮ চেপ্টেম্বৰ | "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন | |
পুৱতি নিশাৰ সপোন | ফণী শৰ্মা | ভূপেন হাজৰিকা | ২ অক্টোবৰ | ||
আমাৰ ঘৰ | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | ৪ ডিচেম্বৰ |
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- Released Movies - enajori.com Archived 2011-11-27 at the Wayback Machine
- অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন
|