ৰূপজ্যোতি কুৰ্মী
অৱয়ব
ৰূপজ্যোতি কুৰ্মী | |
---|---|
বিধায়ক | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০০৬ | |
পূৰ্বসূৰী | অলোক কুমাৰ ঘোষ |
সমষ্টি | মৰিয়নী |
ব্যক্তিগত তথ্য | |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী (2021-present) |
আন ৰাজনৈতিক সম্পৰ্ক |
Indian National Congress (1999-2021) |
দাম্পত্যসঙ্গী | মনচুৰিয়া বৰদলৈ (বি. ২০০৬) |
সন্তান | নিৰ্বান কুৰ্মী |
পিতৃ-মাতৃ | চেনিৰাম কুৰ্মী (পিতৃ) ৰূপম কুৰ্মী (মাতৃ) |
বাসস্থান | মৰিয়নী |
জীৱিকা | ৰাজনীতিবিদ |
ৰূপজ্যোতি কুৰ্মী (জন্ম 24 জুলাই 1977) [1] হৈছে ভাৰতীয় জনতা পাৰ্টি এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেও প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০২১ চনৰ মে' মাহত তেওঁ মৰিয়নীৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হৈছিল। [2][3][4][5] ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি ৰমনী তাঁতীক ২৪৪৬ টা ভোটত পৰাস্ত কৰিছিল। কিন্তু [6] পিছত দলত পদোন্নতি তথা অন্যান্য মতানৈক্যৰ বাবে তেওঁক ভাৰতীয় জাতীয় কংগ্ৰেছ পৰা বহিষ্কাৰ কৰা হৈছিল। [7]অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছিল। [1]কুৰ্মী প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰূপম কুৰ্মী পুত্ৰ।
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Who's Who". 2021-06-29. Archived from the original on 29 June 2021. https://web.archive.org/web/20210629004636/http://assamassembly.gov.in/rupjyoti-kurmi.html। আহৰণ কৰা হৈছে: 2022-03-10.
- ↑ "Assam Congress MLA Rupjyoti Kurmi resigns, says Rahul Gandhi unable to shoulder leadership". India Today. https://www.indiatoday.in/india/story/assam-mla-rupjyoti-kurmi-congress-jon-bjp-rahul-gandhi-shoulder-leadership-1816379-2021-06-20। আহৰণ কৰা হৈছে: 2021-06-08.
- ↑ "Four-time Assam Congress MLA Rupjyoti Kurmi resigns, to join BJP". Indian Express. https://indianexpress.com/article/north-east-india/assam/assam-mla-rupjyoti-kurmi-resigns-from-congress-set-to-join-bjp-7364541/। আহৰণ কৰা হৈছে: 2021-06-20.
- ↑ "Assam Cong MLA Rupjyoti Kurmi's Exit Is a Bigger Loss Than Prasada". The Quint. https://www.thequint.com/news/politics/rupjyoti-kurmi-assam-congress-mla-joining-bjp-himanta-biswa-sarma#read-more। আহৰণ কৰা হৈছে: 2021-06-20.
- ↑ "Rupjyoti Kurmi (Criminal & Asset Declaration)". MyNeta.com. https://myneta.info/Assam2021/candidate.php?candidate_id=221। আহৰণ কৰা হৈছে: 2021-06-08.
- ↑ "Big Breaking: APCC expels Mariani MLA Rupjyoti Kurmi from Congress membership". https://www.time8.in/big-breaking-apcc-expels-mariani-mla-rupjyoti-kurmi-from-congress-membership/.
- ↑ "Former Congress MLA Rupjyoti Kurmi joins BJP". India Today. https://www.indiatoday.in/india/story/former-congress-mla-rupjyoti-kurmi-joins-bjp-1817569-2021-06-21। আহৰণ কৰা হৈছে: 2021-06-21.
|