সমললৈ যাওক

ছিউল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছিউল
서울시
ছিউল বিশেষ নগৰ
서울특별시
  লিপ্যন্তৰণ
 • হাংগুল 서울
 • হানজা 서울
 • Revised Romanization ছিউল টেউকবায়েঅ'লছি
 • মেককিউন–ৰেইছাউৱেৰ ছ'ৱেল ট'কপায়'লছি
ছিউলৰ পতাকা
ছিউলৰ আনুষ্ঠানিক মোহৰ
Coat of arms of ছিউল
ছিউলক প্ৰকাশিত কৰি দক্ষিণ কোৰিয়াৰ মানচিত্ৰ
ছিউলক প্ৰকাশিত কৰি দক্ষিণ কোৰিয়াৰ মানচিত্ৰ
ৰাষ্ট্ৰ  দক্ষিণ কোৰিয়া
অঞ্চল ছিউল ৰাষ্ট্ৰীয় ৰাজধানী এলেকা
জিলাসমূহ
চৰকাৰ
 • ধৰণ ছিউল মহানগৰীয় প্ৰশাসন
মেয়ৰ–সংসদ
 • মেয়ৰ পাৰ্ক ৱ'ন-ছোন (NPAD)
 • সংসদ ছিউল মহানগৰ সংসদ
 • ৰাষ্ট্ৰীয় প্ৰতিনিধি
 - নেচনেল এছেম্বলি
৪৮ / ৩০০
১৬.০% (মুঠ আসন)
৪৮ / ২৪৬
১৯.৫% (বিধানসভাৰ আসন)
তালিকা
কালি
 • বিশেষ নগৰ 605.21 km2 (233.67 sq mi)
উচ্চতা
38 m (125 ft)
জনসংখ্যা
 (৩১ অক্টোবৰ, ২০১৪[1])
 • বিশেষ নগৰ 1,01,17,909
 • ঘনত্ব 17,000/km2 (43,000/sq mi)
 • মেট্ৰ’
২৫৬২০০০০
 • Demonym
서울 사람 (ছিউল ছাৰাম) 서울시민 (ছিউল-ছিমিন) ছিউলাইট

ছিউল (ইংৰাজী: Seoul; কোৰিয়ান:서울; চৰকাৰী নাম: ছিউল বিশেষ নগৰ;) দক্ষিণ কোৰিয়াৰাজধানী তথা বৃহত্তম মহানগৰ। ইয়াৰ জনসংখ্যা প্ৰায় ২৫.৬ নিযুত।[4] ৬,৭৮,১০২ গৰাকী আন্তঃৰাষ্ট্ৰীয় বাসীন্দাৰ সৈতে প্ৰায় অৰ্ধাংশতকৈও অধিক দক্ষিণ কোৰিয়ানৰ গৃহচহৰ।[5]

ছিউলত ১৯৮৬ এছিয়ান গেইম, গীষ্মকালীন অলিম্পিক ১৯৮৮, ফিফা বিশ্বকাপ ফুটবল ২০০২ আৰু জি-টুৱেণ্টি ছিউল ছামিট ২০১০ অনুষ্ঠিত কৰা হৈছিল।

অতীজত ছিউলৰ নাম আছিল ৱাইৰি-ছিয়ং (위례성), হানজু (한주), নামজেয়ং (남경), হানছেয়ং (한성), হানয়াং (한양), জেয়ংছেয়ং (경성) আদি।[6] ইয়াৰ বৰ্তমান নামটো কোৰিয়ান ভাষাত "ৰাজধানী চহৰ" অৰ্থ প্ৰকাশ কৰা ছিউৰাবিয়ল (서라벌) শব্দৰ পৰা আহৰণ কৰা হৈছে, যি প্ৰকৃততে ছিলাৰ ৰাজধানী জেয়ংজুকহে বুজাইছিল।[7] ছিউলৰ ইমান অধিক সংখ্যক নাম থকাৰ আঁৰত বহু কাৰণ আছে। হানছেয়ং (한성) শব্দই হান চাইনিজকো বুজায় বাবে হানজা '漢'ৰ দ্বাৰ্থতা দূৰ কৰিবলৈ, কোৰিয়াত জাপানীসকলৰ আধিপত্যৰ সময়ত হানছেয়ং নামটো সলাই "জেয়ংছেয়ং" (경성, বা কেইজ) কৰা হৈছিল। প্ৰকৃততে ছিউলৰ পুৰণি নাম আছিল হানছেয়ং (한성), ঠাৰ অৰ্থ হৈছে "ডাঙৰ" বা "বৃহৎ"।

অন্য যিকোনো কোৰিয়ান নামৰ দৰে, কোৰিয়াণ ভাষাত ব্যৱহাৰ হোৱা হানজা (চীনা আখৰ)ৰ সৈতে ছিউলৰ কোনো সম্পৰ্ক নাই। ২০০৫ চনৰ ১৮ জানুৱাৰীত, ছিউল চৰকাৰে ঐতিহাসিক হানছেয়ং নামটো চৰকাৰীভাৱে চীনা ভাষাৰ Shou'er (চীনা: {{{c}}})লৈ সলনি কৰে।[8][9][10]

হান নদী

ছিউল দক্ষিণ কোৰিয়াৰ দক্ষিণপশ্চিমত আছে। ইয়াৰ মাটিকালি প্ৰায় ৬০৫.২৫ কিমি,[11] প্ৰায় 15 km (9 মাইল) ব্যাসাৰ্ধত, হান নদীয়ে নগৰখনক উত্তৰ আৰু দক্ষিণ তীৰ হিচীপে দুভাগ কৰিছে। নদীখন অতীজৰে পৰা ব্যৱসায়ৰ প্ৰধান পথ ৰূপে ব্যৱহাৰ হৈ আহিছে।[12]

জলবায়ু

[সম্পাদনা কৰক]
ছিউল
জলবায়ু তালিকা (ব্যাখ্যা)
জাফেমামেজুনজুছেডি
 
 
২১
 
−৬
 
 
২৫
 
−৩
 
 
৪৭
 
১০
 
 
৬৫
 
১৮
 
 
১০৬
 
২৩
১৩
 
 
১৩৩
 
২৭
১৮
 
 
৩৯৫
 
২৯
২২
 
 
৩৬৪
 
৩০
২২
 
 
১৬৯
 
২৬
১৭
 
 
৫২
 
২০
১০
 
 
৫৩
 
১২
 
 
২২
 
−৩
গড় সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমান °ছেলছিয়াছ
মিলিমিটাৰ হিচাপে মুঠ বৃষ্টিপাত

ছিউলৰ গ্ৰীষ্মকাল সাধাৰণতে গৰম আৰু আৰ্দতাযুক্ত, জুনৰ পৰা ছেপ্টেম্বৰলৈকে পূৱ এছীয় মৌচুমী বতৰ গেখা যায়। আগষ্ট, আটাইতকৈ গৰম মাহ, গড় তাপমান 22.4 ৰ পৰা 29.6 °C (72 to 85 °F)। শীতকালত অতি ঠাণ্ডা হয়, বৰফো পৰে, জানুৱাৰী মাহৰ গড় তাপমান হৈছে −5.9 ৰ পৰা 1.5 °C (21.4 to 34.7 °F) আৰু গীষ্মকালতকৈ বতৰ শুকান হয় লগতে বছৰি গড়ে প্ৰায় ২৮ দিন মান বৰফ পৰে। কেতিয়াবা তাপমান নাটকীয়ভাৱে সাঁচ:Convert/−1 °C (14 °F)লৈ নামি আহে, জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ মাজভাগত কেতিয়াবা সৰ্বনিম্ন তাপমান সাঁচ:Convert/−1 °C (5 °F) পৰ্যন্ত হোৱা দেখা যায়।


প্ৰশাসনিক জিলাসমূহ

[সম্পাদনা কৰক]
ছিউলৰ পুৰণা পতাকা (১৯৪৭–১৯৯৬)
ছিউলৰ জিলাসমূহ

ক্ৰীড়া

[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা

[সম্পাদনা কৰক]

ঘৰুৱা ক্ৰীড়া সংঘসমূহ

[সম্পাদনা কৰক]

Seoul's most popular football club is the FC Seoul. Recently, FC Seoul finished as a runner-up in 2013 AFC Champions League.

  • পুৰুষৰ ফুটবল
Tier League Club Home stadium Notes
শীৰ্য K League Classic FC Seoul Seoul World Cup Stadium (North Seoul)
২য় K League Challenge Seoul E-Land FC Seoul Olympic Stadium (South Seoul)
৪ৰ্থ K3 League Seoul United Madeul Stadium
Seoul FC Martyrs Gangbuk Public Stadium
Jungnang Chorus Mustang Jungnang Public Ground
  • মহিলাৰ ফুটবল
Tier League Club Home stadium Notes
শীৰ্ষ WK League Seoul WFC Hyochang Stadium, Seoul Olympic Auxiliary Stadium

Seoul has three professional baseball clubs under the KBO League: One of oldest clubs, Doosan Bears, LG Twins and Nexen Heroes.

বাস্কেতবল

[সম্পাদনা কৰক]

হেণ্ডবল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "আৰ্কাইভ কপি". Archived from the original on 2014-11-29. https://web.archive.org/web/20141129035927/http://rcps.egov.go.kr:8081/ageStat.do?command=month। আহৰণ কৰা হৈছে: 2015-11-29. 
  2. 2.0 2.1 "Global city GDP 2014". Brookings Institution. http://www.brookings.edu/research/interactives/global-metro-monitor-3। আহৰণ কৰা হৈছে: 18 November 2014. 
  3. "Color". http://www.seoul.go.kr/v2012/seoul/symbol/color.html. 
  4. http://www.moj.go.kr/HP/COM/bbs_03/ShowData.do?strNbodCd=noti0097&strWrtNo=167&strAnsNo=A&strFilePath=moj/&strRtnURL=MOJ_40402000&strOrgGbnCd=104000
  5. http://kosis.kr/statHtml/statHtml.do?orgId=111&tblId=DT_1B040A4&vw_cd=&list_id=&scrId=&seqNo=&lang_mode=ko&obj_var_id=&itm_id=&conn_path=E1
  6. "Seoul". Encyclopædia Britannica. 2009. http://www.britannica.com/EBchecked/topic/534948/Seoul। আহৰণ কৰা হৈছে: 6 September 2009. "The city was popularly called Seoul in Korean during both the Chosŏn (Yi) dynasty (1392–1910) and the period of Japanese rule (1910–45), although the official names in those periods were Hansŏng (Hanseong) and Kyŏngsŏng (Gyeongseong), respectively." 
  7. "yahoo". Uk.holidaysguide.yahoo.com. Archived from the original on 2007-01-07. https://web.archive.org/web/20070107185557/http://uk.holidaysguide.yahoo.com/p-travelguide-221948-seoul_history-i। আহৰণ কৰা হৈছে: 2015-11-29. 
  8. "ko:서울특별시표기 首爾로...중국, 곧 정식 사용키로 :: 네이버 뉴스" (ko ভাষাত). News.naver.com. 2005-10-23. http://news.naver.com/main/read.nhn?mode=LSD&mid=sec&sid1=104&oid=022&aid=0000126138। আহৰণ কৰা হৈছে: 2012-02-10. 
  9. "'Seoul' morphs into Chinese 'Shouer'". Chinadaily.com.cn. 2005-01-20. http://www.chinadaily.com.cn/english/doc/2005-01/20/content_410881.htm। আহৰণ কৰা হৈছে: 2012-02-10. 
  10. "goodcharacters.com". goodcharacters.com. Archived from the original on 2018-09-30. https://web.archive.org/web/20180930195048/http://goodcharacters.com/newsletters/summer2006-seoul-korea.html। আহৰণ কৰা হৈছে: 2015-11-29. 
  11. "Seoul Statistics (Land Area)". Seoul Metropolitan Government. http://stat.seoul.go.kr/Seoul_System5.jsp?stc_cd=412। আহৰণ কৰা হৈছে: 24 March 2010. 
  12. "Brief History of Hangang (River)". Seoul Metropolitan Government. Archived from the original on 2010-06-12. https://web.archive.org/web/20100612131834/http://www.visitseoul.net/en/article/article.do?_method=view&m=0004003002015&p=03&art_id=10833&lang=en। আহৰণ কৰা হৈছে: 2014-02-07. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

চৰকাৰী ৱেবছাইট

[সম্পাদনা কৰক]

ছিউল ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

মানচিত্ৰ

[সম্পাদনা কৰক]

চিত্ৰসমূহ

[সম্পাদনা কৰক]