আপুনি Facebook-ত লগইন কৰিবলৈ বা যোগদান কৰিবলৈ বিচাৰে নেকি?
Facebook এপ্‌টোৰে আপল’ড কৰা যোগাযোগ পৰিচালনা কৰা
আপুনি কেৱল Android, iPhone, iPad বা Facebook Lite এপ্‌কেইটাত নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো পৰিচালনা কৰিব পাৰে।
যেতিয়া নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অন কৰা হয়, আপুনি যেতিয়াই আপোনাৰ Facebook একাউণ্টত লগইন কৰে আপোনাৰ ফোন বা টেবলেটৰ পৰা Facebook-এ আপোনাৰ যোগাযোগসমূহ স্বয়ংক্ৰিয়ভাৱে আপল’ড কৰিব।
Facebook এপ্‌টোত নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অফ বা অন কৰক
Android:
  1. Facebook-ৰ ওপৰৰ সোঁফালে থকা ত টিপক।
  2. ছেটিংছ আৰু গোপনীয়তা-ত টিপক, তাৰ পাছত ছেটিংছ-ত টিপক।
  3. একাউণ্ট কেন্দ্ৰ-ত টিপক, তাৰ পাছত আপোনাৰ তথ্য আৰু অনুমতি টিপক।
  4. যোগাযোগ আপল'ড কৰক-ত টিপক, তাৰ পাছত Facebook একাউণ্ট বাছনি কৰক।
  5. এই ছেটিংটো অন বা অফ কৰিবলৈ নিৰন্তৰ যোগাযোগ আপল’ড কৰক-ৰ কাষত টিপক।
iPhone:
  1. Facebook-ৰ তলৰ সোঁফালে, Menuত টিপক।
  2. settingsছেটিংছ আৰু গোপনীয়তা-ত টিপক, তাৰ পাছত ছেটিংছ-ত টিপক।

  5. এই ছেটিংটো অন বা অফ কৰিবলৈ যোগাযোগ আপল'ড কৰক-ৰ কাষত টিপক।
iPad:
  1. Facebook-ৰ তলৰ সোঁফালে, Menuত টিপক।
  2. তললৈ স্ক্ৰ’ল কৰক আৰু ছেটিংছ আৰু গোপনীয়তা-ত টিপক, তাৰ পাছত ছেটিংছ-ত টিপক।
  3. যোগাযোগ আপল'ড কৰক-ত টিপক, তাৰ পাছত Facebook একাউণ্ট বাছনি কৰক।
  4. এই ছেটিংটো অন বা অফ কৰিবলৈ যোগাযোগ আপল'ড কৰক-ৰ কাষত টিপক।
Facebook Lite:
  1. Facebook-ৰ ওপৰৰ সোঁফালে থকা ত টিপক।
  2. তললৈ স্ক্ৰ’ল কৰক আৰু ছেটিংছ-ত টিপক।
  3. তলৰ অনুমতি শাখালৈ ষ্ক্ৰ'ল কৰক আৰু যোগাযোগ আপল'ড কৰক-ত টিপক।
  4. এই ছেটিংটো অন বা অফ কৰিবলৈ যোগাযোগ আপল'ড কৰক-ৰ কাষত টিপক।
অন্য ম'বাইল ডিভাইচ:
নিৰন্তৰ যোগাযোগ আপল’ড কৰাৰ সুবিধা মাত্ৰ iPhone, iPad বা Android ডিভাইচত উপলব্ধ হয়। আপোনাৰ ম'বাইল ডিভাইচৰ পৰা যোগাযোগ কেনেকৈ আপল'ড কৰিব বা আপুনি আপল'ড কৰা যোগাযোগসমূহ কেনেকৈ বিলোপ কৰিব জানক।
মনত ৰাখিব
  • Facebook এপ্‌ত আপল’ড কৰা যোগাযোগ অফ কৰিলে Messenger এপ্‌ত আপল’ড কৰা যোগাযোগ স্বয়ংক্ৰিয়ভাৱে অফ নহয়। কেনেকৈ Messenger-ত যোগাযোগ আপল’ড কৰাটো পৰিচালনা কৰিব জানক।
  • যদি আপুনি এটাতকৈ অধিক ফোন বা টেবলেটত Facebook এপ্‌ ব্যৱহাৰ কৰে, আপুনি প্ৰতিটো ডিভাইচতে নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো বন্ধ কৰি থ’ব লাগিব।
আপোনাৰ আপল'ড কৰি থোৱা যোগাযোগসমূহ চাওক বা আঁতৰাওক
আপুনি আমন্ত্ৰণ আৰু আমদানি কৰা যোগাযোগ পৰিচালনা কৰক পৃষ্ঠাত আপোনাৰ আপল'ড কৰা যোগাযোগসমূহ চাব বা আঁতৰাব পাৰিব।
যেতিয়া নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অন কৰা হয়, আপুনি যেতিয়াই আপোনাৰ Facebook একাউণ্টত লগইন কৰে আপোনাৰ ফোন বা টেবলেটৰ পৰা Facebook-এ আপোনাৰ যোগাযোগসমূহ স্বয়ংক্ৰিয়ভাৱে আপল’ড কৰিব।
Facebook এপ্‌টোত নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অফ বা অন কৰক
  1. Facebook-ৰ ওপৰৰ সোঁফালে থকা ত টিপক।
  2. ছেটিংছ আৰু গোপনীয়তা-ত টিপক, তাৰ পাছত ছেটিংছ-ত টিপক।
  3. একাউণ্ট কেন্দ্ৰ-ত টিপক, তাৰ পাছত আপোনাৰ তথ্য আৰু অনুমতি টিপক।
  4. যোগাযোগ আপল'ড কৰক-ত টিপক, তাৰ পাছত Facebook একাউণ্ট বাছনি কৰক।
  5. এই ছেটিংটো অন বা অফ কৰিবলৈ নিৰন্তৰ যোগাযোগ আপল’ড কৰক-ৰ কাষত টিপক।
মনত ৰাখিব
  • Facebook এপ্‌ত আপল’ড কৰা যোগাযোগ অফ কৰিলে Messenger এপ্‌ত আপল’ড কৰা যোগাযোগ বা কল আৰু SMS (পাঠ বাৰ্তাপ্ৰেৰণ) স্বয়ংক্ৰিয়ভাৱে অফ নহয়। কেনেকৈ Messenger-ত যোগাযোগ আপল’ড কৰাটো পৰিচালনা কৰিব জানক।
  • যদি আপুনি এটাতকৈ অধিক ফোন বা টেবলেটত Facebook এপ্‌ ব্যৱহাৰ কৰে, আপুনি প্ৰতিটো ডিভাইচতে নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো বন্ধ কৰি থ’ব লাগিব।
আপোনাৰ আপল'ড কৰি থোৱা যোগাযোগসমূহ চাওক বা আঁতৰাওক
আপুনি আমন্ত্ৰণ আৰু আমদানি কৰা যোগাযোগ পৰিচালনা কৰক পৃষ্ঠাত আপোনাৰ আপল'ড কৰা যোগাযোগসমূহ চাব বা আঁতৰাব পাৰিব।
যেতিয়া নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অন কৰা হয়, আপুনি যেতিয়াই আপোনাৰ Facebook একাউণ্টত লগইন কৰে আপোনাৰ ফোন বা টেবলেটৰ পৰা Facebook-এ আপোনাৰ যোগাযোগসমূহ স্বয়ংক্ৰিয়ভাৱে আপল’ড কৰিব।
Facebook এপ্‌টোত নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অফ বা অন কৰক
  1. Facebook-ৰ তলৰ সোঁফালে, Menuত টিপক।
  2. settingsছেটিংছ আৰু গোপনীয়তা-ত টিপক, তাৰ পাছত ছেটিংছ-ত টিপক।
  3. একাউণ্ট কেন্দ্ৰ-ত টিপক, তাৰ পাছত আপোনাৰ তথ্য আৰু অনুমতি টিপক।
  4. যোগাযোগ আপল'ড কৰক-ত টিপক, তাৰ পাছত Facebook একাউণ্ট বাছনি কৰক।
  5. এই ছেটিংটো অন বা অফ কৰিবলৈ যোগাযোগ আপল'ড কৰক-ৰ কাষত টিপক।
মনত ৰাখিব
  • Facebook এপ্‌ত আপল’ড কৰা যোগাযোগ অফ কৰিলে Messenger এপ্‌ত আপল’ড কৰা যোগাযোগ বা কল আৰু SMS (পাঠ বাৰ্তাপ্ৰেৰণ) স্বয়ংক্ৰিয়ভাৱে অফ নহয়। কেনেকৈ Messenger-ত যোগাযোগ আপল’ড কৰাটো পৰিচালনা কৰিব জানক।
  • যদি আপুনি এটাতকৈ অধিক ফোন বা টেবলেটত Facebook এপ্‌ ব্যৱহাৰ কৰে, আপুনি প্ৰতিটো ডিভাইচতে নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো বন্ধ কৰি থ’ব লাগিব।
আপোনাৰ আপল'ড কৰি থোৱা যোগাযোগসমূহ চাওক বা আঁতৰাওক
আপুনি আমন্ত্ৰণ আৰু আমদানি কৰা যোগাযোগ পৰিচালনা কৰক পৃষ্ঠাত আপোনাৰ আপল'ড কৰা যোগাযোগসমূহ চাব বা আঁতৰাব পাৰিব।
যেতিয়া নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অন কৰা হয়, আপুনি যেতিয়াই আপোনাৰ Facebook একাউণ্টত লগইন কৰে আপোনাৰ ফোন বা টেবলেটৰ পৰা Facebook-এ আপোনাৰ যোগাযোগসমূহ স্বয়ংক্ৰিয়ভাৱে আপল’ড কৰিব।
Facebook এপ্‌টোত নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অফ বা অন কৰক
  1. যিকোনো Facebook পৃষ্ঠাৰ সোঁফালে তলত ত টিপক।
  2. তললৈ স্ক্ৰ’ল কৰক আৰু ছেটিংছ আৰু গোপনীয়তা-ত টিপক, তাৰ পাছত ছেটিংছ-ত টিপক।
  3. তলৰ অনুমতি শাখালৈ ষ্ক্ৰ'ল কৰক আৰু যোগাযোগ আপল'ড কৰক-ত টিপক।
  4. এই ছেটিংটো অন বা অফ কৰিবলৈ যোগাযোগ আপল'ড কৰক-ৰ কাষত টিপক।
মনত ৰাখিব
  • Facebook এপ্‌ত আপল’ড কৰা যোগাযোগ অফ কৰিলে Messenger এপ্‌ত আপল’ড কৰা যোগাযোগ বা কল আৰু SMS (পাঠ বাৰ্তাপ্ৰেৰণ) স্বয়ংক্ৰিয়ভাৱে অফ নহয়। কেনেকৈ Messenger-ত যোগাযোগ আপল’ড কৰাটো পৰিচালনা কৰিব জানক।
  • যদি আপুনি এটাতকৈ অধিক ফোন বা টেবলেটত Facebook এপ্‌ ব্যৱহাৰ কৰে, আপুনি প্ৰতিটো ডিভাইচতে নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো বন্ধ কৰি থ’ব লাগিব।
আপোনাৰ আপল'ড কৰি থোৱা যোগাযোগসমূহ চাওক বা আঁতৰাওক
আপুনি আমন্ত্ৰণ আৰু আমদানি কৰা যোগাযোগ পৰিচালনা কৰক পৃষ্ঠাত আপোনাৰ আপল'ড কৰা যোগাযোগসমূহ চাব বা আঁতৰাব পাৰিব।
যেতিয়া নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অন কৰা হয়, আপুনি যেতিয়াই আপোনাৰ Facebook একাউণ্টত লগইন কৰে আপোনাৰ ফোন বা টেবলেটৰ পৰা Facebook-এ আপোনাৰ যোগাযোগসমূহ স্বয়ংক্ৰিয়ভাৱে আপল’ড কৰিব।
Facebook এপ্‌টোত নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো অফ বা অন কৰক
  1. Facebook-ৰ ওপৰৰ সোঁফালে থকা ত টিপক।
  2. তললৈ স্ক্ৰ’ল কৰক আৰু ছেটিংছ-ত টিপক।
  3. তলৰ অনুমতি শাখালৈ ষ্ক্ৰ'ল কৰক আৰু যোগাযোগ আপল'ড কৰক-ত টিপক।
  4. এই ছেটিংটো অন বা অফ কৰিবলৈ যোগাযোগ আপল'ড কৰক-ৰ কাষত টিপক।
মনত ৰাখিব
  • Facebook এপ্‌ত আপল’ড কৰা যোগাযোগ অফ কৰিলে Messenger এপ্‌ত আপল’ড কৰা যোগাযোগ বা কল আৰু SMS (পাঠ বাৰ্তাপ্ৰেৰণ) স্বয়ংক্ৰিয়ভাৱে অফ নহয়। কেনেকৈ Messenger-ত যোগাযোগ আপল’ড কৰাটো পৰিচালনা কৰিব জানক।
  • যদি আপুনি এটাতকৈ অধিক ফোন বা টেবলেটত Facebook এপ্‌ ব্যৱহাৰ কৰে, আপুনি প্ৰতিটো ডিভাইচতে নিৰন্তৰ যোগাযোগ আপল’ড কৰাটো বন্ধ কৰি থ’ব লাগিব।
আপোনাৰ আপল'ড কৰি থোৱা যোগাযোগসমূহ চাওক বা আঁতৰাওক
আপুনি আমন্ত্ৰণ আৰু আমদানি কৰা যোগাযোগ পৰিচালনা কৰক পৃষ্ঠাত আপোনাৰ আপল'ড কৰা যোগাযোগসমূহ চাব বা আঁতৰাব পাৰিব।
অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি অ-ব্যৱহাৰকাৰীসকলৰ বাবে আমাৰ যোগাযোগ আপল'ড কৰা সম্পৰ্কীয় জাননী চাওক।
অসমীয়া
+
Meta © 2024