সমললৈ যাওক

এলবাৰ্ট স্বোৱেইৎজাৰ

ৱিকিউদ্ধৃতিৰ পৰা

এলবাৰ্ট স্বোৱেইৎজাৰ (ইংৰাজী: Albert Schweitzer; ১৪ জানুৱাৰী ১৮৭৫ – ৪ ছেপ্টেম্বৰ ১৯৬৫) এজন জাৰ্মান দাৰ্শনিক, দানবীৰ, চিকিৎসক, ধৰ্মতত্ত্ববিদ, মিছনেৰী আৰু সংগীতবিদ আছিল। তেওঁ ১৯৫২ চনত শান্তিৰ নোবেল বঁটা লাভ কৰে।

  1. প্ৰত্যেকজন ৰোগীয়েই তেওঁৰ চিকিৎসকজনক নিজৰ ভিতৰতে কঢ়িয়াই লৈ ফুৰে।[]
  1. সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই