সমললৈ যাওক

প্ৰবীণ তোগড়িয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰবীণ তোগড়িয়া

২০০৮ চনত প্ৰবীণ তোগড়িয়া
স্থানীয় নাম પ્રવિણ તોગડિયા
জন্ম ১২ ডিচেম্বৰ, ১৯৫৬ (৬৭ বছৰ)
আমৰেলি, বম্বে, ভাৰত
(বৰ্তমান গুজৰাট, ভাৰত)
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰত
পেচা
সংস্থা
  • আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ
জনা যায় হিন্দুসকলৰ মাজত কৰা সামাজিক কাম
ৰাজনৈতিক দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ(সভাপতি)
দাম্পত্যসঙ্গী ৰশ্মি তোগড়িয়া
সন্তান দুজন

প্ৰবীণ তোগড়িয়া (গুজৰাটী উচ্চাৰণ: [Praviṇa tōgaḍiyā]; জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় চিকিৎসক আৰু হিন্দু জাতীয়তাবাদৰ অধিবক্তা। পেচাত এগৰাকী চিকিৎসক হ’লেও তেওঁ ২২ বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে আৰু কিছুদিন পিছতেই আন্তৰ্জাতিক কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হয়। বৰ্তমান তেওঁ এই পৰিষদৰ সভাপতি আৰু নৰেন্দ্ৰ মোডীৰ মুখ্য সমালোচক।[1][2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

প্ৰবীণ তোগড়িয়াই গুজৰাটৰ অমৰেলি জিলাৰ এটি কৃষক পৰিয়ালত[3] জন্মগ্ৰহণ কৰিছিল। ১০ বছৰ বয়সত তেওঁ মাক-দেউতাকৰ সৈতে আহমেদাবাদলৈ আহে আৰু তাতে ৰাষ্ট্ৰীয় স্বংয়সেৱক সংঘত যোগদান কৰে। তেওঁ চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু চাৰ্জাৰী বিষয়ত স্নাতকোত্তৰ। ১৪ বছৰ এজন চাৰ্জন হিচাপে তেওঁ কাম কৰিছিল। তেওঁ নিজৰ বলত আহমেদাবাদত ধন্বন্ত্ৰি হস্পিটেল নাম দি এখন চিকিৎসালয় প্ৰতিষ্ঠা কৰিছিল।[4][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sangh Parivar has become personality-oriented, political: Togadia" (en ভাষাত). The Week. https://www.theweek.in/theweek/cover/2019/11/16/sangh-parivar-has-become-personality-oriented-political-togadia.html। আহৰণ কৰা হৈছে: 16 November 2020. 
  2. Siraj Qureshi (22 January 2019). "Modi never sold tea, just a gimmick to gain sympathy, says Praveen Togadia - Elections News". India Today. https://www.indiatoday.in/elections/story/praveen-togadia-hopes-to-end-modi-rss-regime-with-new-party-in-2019-build-ram-temple-1436118-2019-01-21। আহৰণ কৰা হৈছে: 20 December 2020. 
  3. "कभी तूती बोलती थी तोगड़िया की, आज आंखों में आंसू-एनकाउंटर का डर". Aaj Tak. 16 January 2018. https://www.aajtak.in/india/gujarat/story/dr-praveen-togadia-profile-mbbs-rss-vhp-gujarat-ahmedabad-tpt-529189-2018-01-16। আহৰণ কৰা হৈছে: 28 February 2023. 
  4. "Profiles of new committee, Dec 2011". Vishva Hindu Parishad. Archived from the original on 18 October 2012. https://web.archive.org/web/20121018220356/http://vhp.org/wp-content/uploads/2011/12/PROFILE-OF-NEW-committee.pdf। আহৰণ কৰা হৈছে: 1 September 2014. 
  5. "India – Togadia may be deprived of medical degree". The Milli Gazette. 28 May 2004. http://www.milligazette.com/dailyupdate/2004/20040528a.htm.