৫ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
৫ মে' (ইংৰাজী: 5 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৮২১ - আটলাণ্টিক এটি ক্ষুদ্ৰ দ্বীপত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল।
- ১৯১২ - ষ্টকহোমত পঞ্চম অলিম্পিক ক্ৰীড়া আৰম্ভ হয়।
- ১৯২১ - বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইনাৰ গেজেট’ প্ৰথম প্ৰকাশ হয়। উল্লেখযোগ্য যে সংবাদ পত্ৰখনৰ আকাৰ আছিল ১০x১৩ ছেঃমিঃ।
- ১৯৫৫ - সংসদত হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক গৃহীত হয়।
- ১৯৮৪ - ফু দৰ্জীয়ে এভাৰেষ্ট আৰোহণ কৰে। তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয়।
জন্ম
সম্পাদনা কৰক- ১৮১৮ - কাৰ্ল মাৰ্ক্স, জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনকাৰী।
- ১৮৪৬ - হেনৰিক ছিনকিৱজ, পোলেণ্ডৰ ঔপন্যাসিক। তেওঁ ১৯০৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰে।
- ১৯০৫ - ৰঘুনাথ মুৰ্মু, ভাৰতীয় ভাষাতত্ত্ববিদ।
- ১৯১১ - প্ৰীতিলতা ওৱাদ্দেদাৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯১৬ - জেইল সিং, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
- ১৯৭৪ - মমতাজ বেগম, বাংলাদেশী কণ্ঠশিল্পী।
- ১৯৭৫ - মহুৱা মৈত্ৰা, ভাৰতীয় ইনভেষ্টমেণ্ট বেংকাৰ আৰু ৰাজনৈতিক নেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৮২১ - নেপোলিয়ন বোনাপাৰ্ট, ফৰাছী সেনানায়ক।
- ১৯২৮ - সুধালতা দুৱৰা, প্ৰথম অসমীয়া মহিলা স্নাতক।
- ১৯৪৪ - ময়িদুল ইছলাম বৰা, অসম সাহিত্য সভাৰ সভাপতি।
- ২০০৬ - নৌছাদ আলি, ভাৰতীয় সংগীত শিল্পী।
- ২০০৮ - মহম্মদ পিয়াৰ, অসমীয়া শিক্ষাবিদ, কবি আৰু ঔপন্যাসিক।
- ২০১৭ - লীলা শেঠ, ভাৰতীয় ন্যায়াধীশ।
দিৱস
সম্পাদনা কৰক- স্বাধীনতা দিৱস (ডেনমাৰ্ক আৰু নেদাৰলেণ্ড)
- শিশু দিৱস (জাপান আৰু দক্ষিণ কোৰিয়া)
- সংবিধান দিৱস (কিৰগিজস্তান)
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৫ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |