Template:Welcome/i18n/as
পঞ্জীয়নৰ পিছত আপোনাক আমাৰ প্ৰথম পদক্ষেপৰ সহায় আৰু আমাৰ সততে উত্থাপিত প্ৰশ্নসমূহে কিছু সহায় কৰিব। ইয়াত আপুনি কিদৰে অন্তৰ্পৃষ্ঠ সলনি কৰে (উদাহৰণস্বৰূপে ভাষা), কিদৰে চিত্ৰ আপল'ড কৰে আৰু আমাৰ মৌলিক অনুজ্ঞাৰ নীতিসমূহৰ (ৱিকিপিডিয়া কমন্সে কেৱল মুক্ত সমলহে গ্ৰহণ কৰে) চমু বিৱৰণ পাব। ইয়াত বৰঙণি আগবঢ়াবলৈ আপোনাৰ বিশেষ কাৰিকৰী জ্ঞান থকাৰ প্ৰয়োজন নাই। বিনা দ্বিদ্ধাৰে আপোনাৰ বৰঙণি আগবঢ়াওক আৰু আনৰ মনোভাৱৰ প্ৰতি ভাল ভাৱ ৰাখক। এয়া এক ৱিকি — ই সঁচাকৈয়ে অতি সহজ। অধিক তথ্যৰ বাবে সমাজৰ বাটচ'ৰাত ভুমুকি মাৰক।. আপুনি সহায় কেন্দ্ৰ, ৰাইজৰ চ'ৰা নাইবা আই.আৰ.চি. কেন্দ্ৰ #ৱিকিমিডিয়া-কমন্স (ৱেব-আড্ডা)ত যিকোনো প্ৰশ্ন উত্থাপিত কৰিব পাৰে। আপুনি কোনো প্ৰশাসককো তেওঁলোকৰ সদস্য-বাৰ্তা পৃষ্ঠাৰ সহায়ত যোগাযোগ কৰিব পাৰে। যদি আপোনাৰ কোনো বিশেষ স্বত্বাধিকাৰ সম্পৰ্কীয় প্ৰশ্ন আছে তেন্তে, আপুনি তাক ৰাইজৰ চ'ৰাৰ স্বত্বাধিকাৰ শাখাত উত্থাপন কৰিব পাৰে। |
|