Template:Welcome/i18n/as: Difference between revisions

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search
Content deleted Content added
No edit summary
FuzzyBot (talk | contribs)
Updating to match new version of source page
Line 6: Line 6:
|firstStepsTitle=প্ৰথম পদক্ষেপ
|firstStepsTitle=প্ৰথম পদক্ষেপ

|firstStepsText=

|firstStepsText=পঞ্জীয়নৰ পিছত আপোনাক আমাৰ '''[[Commons:First steps|প্ৰথম পদক্ষেপৰ সহায়]]''' আৰু আমাৰ '''[[Commons:FAQ|সততে উত্থাপিত প্ৰশ্নসমূহে]]''' কিছু সহায় কৰিব। ইয়াত আপুনি কিদৰে ইণ্টাৰফেইচ সলনি কৰিব (উদাহৰণস্বৰূপে ভাষা), কিদৰে [[Special:Upload|চিত্ৰ আপল'ড]] কৰিব আৰু আমাৰ মৌলিক '''[[Commons:Licensing|অনুজ্ঞাৰ নীতিসমূহৰ]]''' (ৱিকিপিডিয়া কমন্সে কেৱল মুক্ত সমলহে গ্ৰহণ কৰে) চমু বিৱৰণ পাব। ইয়াত বৰঙণি আগবঢ়াবলৈ আপোনাৰ বিশেষ কাৰিকৰী জ্ঞান থকাৰ প্ৰয়োজন নাই। ''বিনা দ্বিধাৰে'' আপোনাৰ বৰঙণি আগবঢ়াওক আৰু আনৰ মনোভাৱৰ প্ৰতি ''ভাল ভাৱ ৰাখক''। এয়া এক ''[[w:wiki|ৱিকি]]'' — ই সঁচাকৈয়ে অতি সহজ।
পঞ্জীয়নৰ পিছত আপোনাক আমাৰ '''[[Commons:First steps|প্ৰথম পদক্ষেপৰ সহায়]]''' আৰু আমাৰ '''[[Commons:FAQ|সততে উত্থাপিত প্ৰশ্নসমূহে]]''' কিছু সহায় কৰিব। ইয়াত আপুনি কিদৰে ইণ্টাৰফেইচ সলনি কৰিব (উদাহৰণস্বৰূপে ভাষা), কিদৰে [[Special:Upload|চিত্ৰ আপল'ড]] কৰিব আৰু আমাৰ মৌলিক '''[[Commons:Licensing|অনুজ্ঞাৰ নীতিসমূহৰ]]''' (ৱিকিপিডিয়া কমন্সে কেৱল মুক্ত সমলহে গ্ৰহণ কৰে) চমু বিৱৰণ পাব। ইয়াত বৰঙণি আগবঢ়াবলৈ আপোনাৰ বিশেষ কাৰিকৰী জ্ঞান থকাৰ প্ৰয়োজন নাই। ''বিনা দ্বিধাৰে'' আপোনাৰ বৰঙণি আগবঢ়াওক আৰু আনৰ মনোভাৱৰ প্ৰতি ''ভাল ভাৱ ৰাখক''। এয়া এক ''[[w:wiki|ৱিকি]]'' — ই সঁচাকৈয়ে অতি সহজ।

You don't need technical skills in order to contribute here. ''Be bold'' when contributing and ''assume good faith'' when interacting with others. This is a ''[[w:wiki|wiki]]''.

|helpTitle=সহায়
|helpTitle=সহায়

|helpText=অধিক তথ্যৰ বাবে [[Commons:Community portal|সমাজৰ বাটচ'ৰা]]ত ভুমুকি মাৰক।. আপুনি '''[[Commons:Help desk|সহায় কেন্দ্ৰ]]''', [[Commons:Village pump|ৰাইজৰ চ'ৰা]] নাইবা [[w:Wikipedia:IRC tutorial|আই.আৰ.চি.]] কেন্দ্ৰ [[irc:wikimedia-commons|#ৱিকিমিডিয়া-কমন্স]] ([https://webchat.freenode.net?channels=%23wikimedia-commons&uio=d4 ৱেব-আড্ডা])ত যিকোনো প্ৰশ্ন উত্থাপিত কৰিব পাৰে। আপুনি কোনো [[Commons:Administrators|প্ৰশাসক]]কো তেওঁলোকৰ সদস্য-বাৰ্তা পৃষ্ঠাৰ সহায়ত যোগাযোগ কৰিব পাৰে। যদি আপোনাৰ কোনো বিশেষ স্বত্বাধিকাৰ সম্পৰ্কীয় প্ৰশ্ন আছে তেন্তে, আপুনি তাক [[Commons:Village pump/Copyright|ৰাইজৰ চ'ৰাৰ স্বত্বাধিকাৰ শাখা]]ত উত্থাপন কৰিব পাৰে।

[[File:Wikipedia-logo-v2.svg|20px]] যদিহে আপোনাৰ ৱিকিপিডিয়াত লিখাৰ অভিজ্ঞতা আছে, আমাৰ ওচৰত [[Commons:For Wikipedians|আপোনাক সহায় কৰিব পৰা কিছুমান তথ্য আছে]]।
|helpText=অধিক তথ্যৰ বাবে [[Commons:Community portal|সমাজৰ বাটচ'ৰা]]ত ভুমুকি মাৰক।. আপুনি '''[[Commons:Help desk|সহায় কেন্দ্ৰ]]''', [[Commons:Village pump|ৰাইজৰ চ'ৰা]] নাইবা [[w:Wikipedia:IRC tutorial|আই.আৰ.চি.]] কেন্দ্ৰ [[irc:wikimedia-commons|#ৱিকিমিডিয়া-কমন্স]] ([https://webchat.freenode.net?channels=%23wikimedia-commons&uio=d4 ৱেব-আড্ডা])ত যিকোনো প্ৰশ্ন উত্থাপিত কৰিব পাৰে। আপুনি কোনো [[Commons:Administrators|প্ৰশাসক]]কো তেওঁলোকৰ সদস্য-বাৰ্তা পৃষ্ঠাৰ সহায়ত যোগাযোগ কৰিব পাৰে। যদি আপোনাৰ কোনো বিশেষ স্বত্বাধিকাৰ সম্পৰ্কীয় প্ৰশ্ন আছে তেন্তে, আপুনি তাক [[Commons:Village pump/Copyright|ৰাইজৰ চ'ৰাৰ স্বত্বাধিকাৰ শাখা]]ত উত্থাপন কৰিব পাৰে।

[[File:Wikipedia-logo-v2.svg|20px]]

যদিহে আপোনাৰ ৱিকিপিডিয়াত লিখাৰ অভিজ্ঞতা আছে, আমাৰ ওচৰত [[Commons:For Wikipedians|আপোনাক সহায় কৰিব পৰা কিছুমান তথ্য আছে]]।

|tipsTitle=আচৰণ, টিপছ্ আৰু কৌশল
|tipsTitle=আচৰণ, টিপছ্ আৰু কৌশল

|tipsText=

|tipsText=* আপুনি কি ভাষাত কথা পাতে আৰু আপোনাৰ [[:Category:Graphics abilities|লৈখিক সক্ষমতা]] সম্পৰ্কে আনে জানিব পাৰিবলৈ [[Special:MyPage|আপোনাৰ সদস্য পৃষ্ঠাত]] [[Commons:Babel|বাবেল]] বাকচ সংস্থাপন কৰিব পাৰে।
* আপুনি কি ভাষাত কথা পাতে আৰু আপোনাৰ [[:Category:Graphics abilities|লৈখিক সক্ষমতা]] সম্পৰ্কে আনে জানিব পাৰিবলৈ [[Special:MyPage|আপোনাৰ সদস্য পৃষ্ঠাত]] [[Commons:Babel|বাবেল]] বাকচ সংস্থাপন কৰিব পাৰে।
* আপুনি আপল'ড কৰা নথিসমূহ আপোনাৰ [[Special:MyUploads|বিথিকা]]ত আপুনি চাব পাৰে।
* আপুনি আপল'ড কৰা নথিসমূহ আপোনাৰ [[Special:MyUploads|বিথিকা]]ত আপুনি চাব পাৰে।
* অনুগ্ৰহ কৰি বাৰ্তা পৃষ্ঠাসমূহত ~~~~ লিখি [[w:Wikipedia:Sign your posts on talk pages|আপোনাৰ চহী]] কৰিব।
* অনুগ্ৰহ কৰি বাৰ্তা পৃষ্ঠাসমূহত ~~~~ লিখি [[w:Wikipedia:Sign your posts on talk pages|আপোনাৰ চহী]] কৰিব।
Line 22: Line 29:
* আপুনি আপোনাৰ একাউণ্টৰ বাবে কিছুমান [[Special:Preferences#mw-prefsection-gadgets|গেজেট]] (বিশেষ বৈশিষ্ট) সক্ৰিয় কৰি ল'ব পাৰে।
* আপুনি আপোনাৰ একাউণ্টৰ বাবে কিছুমান [[Special:Preferences#mw-prefsection-gadgets|গেজেট]] (বিশেষ বৈশিষ্ট) সক্ৰিয় কৰি ল'ব পাৰে।
* নথি আপল'ডৰ বাবে ইয়াত [[Commons:Upload tools|বহু প্ৰকাৰৰ সঁজুলি]] আছে।
* নথি আপল'ডৰ বাবে ইয়াত [[Commons:Upload tools|বহু প্ৰকাৰৰ সঁজুলি]] আছে।

|mistakeTitle=কিবা ভুল হ'ল নেকি?
|mistakeTitle=কিবা ভুল হ'ল নেকি?

|mistakeText=

|mistakeText=* আপুনি কোনো সমলৰ নাম বা স্থান সলনি কৰিব বিচাৰে নেকি? সহজভাৱে [[Help:RenameLink|''move'']] সংযোগ ব্যৱহাৰ কৰক আৰু কোনো কৰ্তৃত্বশীল সদস্যই নাম সলনি কৰালৈ অপেক্ষা কৰক।
* আপুনি কোনো সমলৰ নাম বা স্থান সলনি কৰিব বিচাৰে নেকি? সহজভাৱে [[Help:RenameLink|''move'']] সংযোগ ব্যৱহাৰ কৰক আৰু কোনো কৰ্তৃত্বশীল সদস্যই নাম সলনি কৰালৈ অপেক্ষা কৰক।
* আপুনি শেহতীয়াকৈ আপল'ড কৰা কোনো চিত্ৰ আঁতৰাব বিচাৰে নেকি? চিত্ৰখনত কেৱল <tt>{{tlp|speedy|[[COM:CSD|চিত্ৰ আঁতৰোৱাৰ কাৰণ]]}}</tt> লিখক। অধিক তথ্যৰ বাবে সম্পূৰ্ণ [[Commons:Deletion guidelines|চিত্ৰ মোহৰাৰ নিৰ্দেশিকা]]খন পঢ়ক।

|lang=as
|lang=as

Revision as of 00:01, 31 August 2019

নমস্কাৰ, ৱিকিপিডিয়া কমন্সলৈ আপোনাক স্বাগতম!
NOTE: Please do not use this template directly! This is just for translation. Use {{Welcome}} instead.