গ (বঙালী)
অৱয়ব
(বাংলা আখৰ গৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে গ চাওক।
গ (বঙালী লিপিত গ, আই-পি-এ:/gɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩য় আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ গ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰববৰ্ণৰ সৈতে যোগ হ'লে
[সম্পাদনা কৰক]আ-- গা
ই-- গি
ঈ-- গী
উ-- গু
ঊ-- গূ
ঋ-- গৃ
এ-- গে
ঐ-- গৈ
ও-- গো
ঔ-- গৌ
গৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]- গৰল (বিহ)
- গঙ্গা (গংগা)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি