সদস্য বাৰ্তা:Moushomi B.C.
শিৱ দ’ল
আপুনি কেৱ্ল চিত্ৰ আৰু লগত সাৰাংশ দিয়াৰ সলনি "শিৱ দ’ল" সম্পৰ্কে প্ৰৱন্ধ এটা লিখি তাতহে এইখন সংযোগ কৰাটো বোধকৰোঁ ভাল হ’ব | Gitartha.bordoloi ১৯:৩৭, ২৮ জুলাই ২০১১ (UTC) আচলতে মই প্রবন্ধৰ সৈতে ছবিখন একেলগে সংযোগ কৰিব পৰা নাই ।কেনেকৈ কৰিব লাগে অকণমান বুজাই দিলে ভাল পাম ।
আপুনি প্ৰৱন্ধটোৰ যি ঠাইত ছবিখন সংযোগ কৰিব বিচাৰিছে, তাত "
" এইটো কপী পেষ্ট কৰি দিয়ক | Nameৰ ঠাইত ছবিখনৰ ফাইল নাম আৰু একেবাৰে সোঁফালৰ "|" চিহ্নটোৰ পিছত এটা শাৰীত ছবিখনৰ সাৰাংশ লিখক | তাৰ পিছত প্ৰৱন্ধটো সাঁচি থ’লে চিত্ৰৰ বাবে এটা আপল’ড সংযোগ আহিব | তেতিয়া সেইটো টিপি ফাইলটো আপল’ড কৰক | Gitartha.bordoloi ১২:৪৫, ৩০ জুলাই ২০১১ (UTC)
ধন্যবাদ Gitartha.bordoloi ।
ইংৰাজী কথাখিনি দেখা পোৱা নাই ছাগে | "সম্পাদনা"লৈ আহক | ইয়াৰপৰা কপী পেষ্ট কৰক | Gitartha.bordoloi ১২:৫৪, ৩০ জুলাই ২০১১ (UTC)
সাঁচিপাত
অনুগ্ৰহ কৰি প্ৰৱন্ধটোৰ তথ্যসূত্ৰ উল্লেখ কৰক | Gitartha.bordoloi ০৭:৫৮, ৩১ জুলাই ২০১১ (UTC) ধন্যবাদ । তথ্যসূত্ৰ সংযোগ কৰা হ'ল আপোনাৰ নিয়মটো শুদ্ধ হোৱা নাছিল | যিটো শাৰীৰ পিছত তথ্যসূত্ৰ দিব খুজিছে সেই ঠাইত কাৰ্চাৰ ডাল ৰাখি সম্পাদনা ক্ষেত্ৰৰ ওপৰত থকা "কিতাপ"ৰ ছবিখন ক্লিক কৰক | তথ্যসূত্ৰৰ ৱিণ্ড’ এখন খোল খাব | তাত তথ্যসূত্ৰ লিখি "যোগ কৰক" | আৰু প্ৰৱন্ধটোৰ তলত কি কমাণ্ড লিখিব লাগে সেয়া "সাঁচিপাত" প্ৰৱন্ধটোৰ সম্পাদনালৈ গৈ চাই লওক | Gitartha.bordoloi ০৮:৪৭, ১ আগষ্ট ২০১১ (UTC)সম্পাদনা কক্ষত পাৰ্গত হ'বলৈ অলপ সময় লাগিব । অকণমাণ খেলিমেলি হৈ গ'ল ।মন কৰে যেন ।
আপোনাৰ ই-মেইল ঠিকনাটো ইয়াতে বা ফে’চবুকত মোলৈ পঠিয়াওক | মই সহায়ৰ বাবে এখন মেইল পঠাম | Gitartha.bordoloi ১১:১৮, ১ আগষ্ট ২০১১ (UTC)
সহায়
আপোনাক এখন ই-মেইল পঠাইছোঁ | সেইখন চাব আৰু কিবা খোকোজা থাকিলে সুধিব | Gitartha.bordoloi ১৯:২৯, ১ আগষ্ট ২০১১ (UTC)
Invite to WikiConference India 2011
Hi Moushomi B.C.,
The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011. But the activities start now with the 100 day long WikiOutreach. Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)
We look forward to see you at Mumbai on 18-20 November 2011 |
---|
জেতুকা
অনুগ্ৰহ কৰি আপুনি আপল’ড কৰা চিত্ৰখন "জেতুকা" প্ৰৱন্ধটোত সংলগ্ন কৰক | Gitartha.bordoloi ১০:৪৮, ১৪ আগষ্ট ২০১১ (UTC) ছবিখনৰ আকাৰ সৰু কৰিব পাৰি নেকি? আপল'ড কৰা ছবিখন মনপুত নহ'লে আপল'ড কৰাৰ পাছত delete কেনেকৈ কৰিব পাৰি?
ঔষধি গছ
অনুগ্ৰহ কৰি এই প্ৰৱন্ধটো তথ্যসূত্ৰ দৰ্শাই বিস্তাৰ কৰক | মাত্ৰ এটা বা দুটা শাৰীৰ প্ৰৱন্ধ ৱিকিপিডিয়াত অন্তৰ্ভুক্ত নকৰিব | প্ৰশাসকেহে কিবা লেখা বা চিত্ৰ ডিলিট কৰিব পাৰে | পিক্সেল কমাই চিত্ৰৰ আকাৰ সৰু কেনেকৈ কৰিব জানিবলৈ ওপৰৰ প্ৰৱন্ধটোৰ সম্পাদনাত গৈ চাওক | Gitartha.bordoloi ১৯:৫৩, ১৪ আগষ্ট ২০১১ (UTC) ধন্যবাদ, Gitartha.bordoloi সহায় তথা সহযোগৰ বাবে ।
Welcome
Welcome back to wikipedia ! গীতাৰ্থ বৰদলৈ (talk) ধন্যবাদ । বহুদিন লিখিব পৰা নাছিলো । সা-সজুলিবোৰ অলপ সলনি হ'লনেকি! লিখনিৰ লগত ফটো সংযোগ কৰিব পৰা নাই । তাৰোপৰি বন্ধনীৰ মাজত দিয়া ইংৰাজী বা বৈজ্ঞানিক নামবোৰ পোষ্ট হোৱা নাই ।
- সলনি হোৱা নাই। কোনটো প্ৰবন্ধত সমস্যা পাইছে বাৰু? -- গীতাৰ্থ বৰদলৈ (talk) 09:38, 12 মাৰ্চ 2012 (UTC) সম্ভবতঃ মোৰ ইন্টাৰনেটৰ লেহেমীয়া গতিৰ বাবে কিছুমান আখৰ দেখা পোৱা নাছিলো । এতিয়া দেখা পাইছো ।
মাছ
বাইদেউ, বঢ়িয়া মাছ দেই| জিভাৰ পানী ওলাই গৈছে| পিছে অনুজ্ঞাপত্ৰখনহে দিয়া নাই, মই পাছে পাছে লগাই গৈছো| আপ্লোড কৰাৰ সময়ত তলৰ ফালে এটা বাচনি আছে চাবচোন এবাৰ| বিষ্ণু শইকীয়াবাৰ্তা 16:06, 11 এপ্ৰিল 2012 (UTC)
আপল'ড বিকল্পসমূহৰ কোনটোত ক্লিক কৰিব লাগে ?
- নিজা তোলা ফটো হ’লে "নিজা কাম", তেনেদৰে বাহ্য্ক ৱেবছাইতৰ পৰা সংগ্ৰহ কৰিলে "বাহ্যিক .... " আদি বাচনি আছে|
ছবি
থলুৱা বস্তুবোৰৰ ছবিবোৰ ইয়াত কৰাতকৈ ৱিকিমিডিয়াত আপল'ড কৰিবচোন। তেতিয়া গোটেইবোৰ প্ৰকল্পত ব্যৱহাৰ কৰিব পৰা যায়। — গীতাৰ্থ বৰদলৈ (talk) 20:48, 19 এপ্ৰিল 2012 (UTC)
'ৱিকিমিডিয়া" বুলিও পৃষ্ঠা আছেনেকি? কেনেকৈ "ৱিকিমিডিয়া"ত আপল'ড কৰিব লাগে অকনমাণ বুজাই দিবচোন! আৰু এটা অসুবিধা পাই আছো - সম্পাদনাৰ সময়ত একে শাৰীতে অসমীয়া আৰু ইংৰাজী লিখিলে ইংৰাজী আখৰখিনি দেখা নাপাওঁ, বেলেগ বেলগকৈ দুটা শাৰীত লিখিলেহে (এটা শাৰীত ইংৰাজী, এটা শাৰীত অসমীয়া) দেখা পাওঁ ৷
ইয়াত আপল'ড কৰিব পাৰি [ৱিকিমেডিয়া কমন্স] Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) 15:26, 20 এপ্ৰিল 2012 (UTC)
এই প্ৰবন্ধত আপুনি সংযোগ কৰা চিত্ৰখন সঠিক হয়নে বাৰু? লাওপানী বগা বুলিহে মই জানো| বিষ্ণু বাৰ্তা 17:05, 10 মে' 2012 (UTC)
আহোম সম্প্রদায়ত ডাঙৰ-দীঘল হোৱা বাবে চাক্ষুক অভিজ্ঞতা আছে । :) টেকেলীৰপৰা উলিওৱাৰ লগে লগে ইয়াৰ ৰং অলপ ঢেলা বগা(pale white color) হয় যদিও অলপ সময় বটল বা গিলাচত থোৱাৰ পাছত গেদখিনি তললৈ পৰি ইয়াৰ ৰঙটো চফা হৈ পৰে ।মৌচুমী (talk)
অসমৰ বনৌষধি
আপুনি ঠিকেই কৈছে। কালি মই সেইটো নতুন কথা জানিলোঁ, যে বৈজ্ঞানিক নামৰ synonym থাকে। ৱিকিত কাম কৰাৰ এয়ে মজা, নিতৌ নতুন কথা শিকিবলৈ পোৱাযায়। কাম কৰি থাকিব। আদৰেৰে প্রভাকৰ শৰ্মা নেওগ (talk) 04:16, 15 মে' 2012 (UTC)
পুৰস্কাৰ
অক্লান্ত কৰ্মী পদক | ||
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে মই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।
বিষ্ণু শইকীয়া বাৰ্তা 10:03, 8 জুলাই 2012 (UTC)) |
উপহাৰ
The Working Wikipedian's Barnstar | |
প্ৰিয় সতীৰ্থ (বাইদেউ), আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক।কৌশিক দাসবাৰ্তা 05:08, 4 আগষ্ট 2012 (UTC) |
বাৰ্তা
ফে'চবুকত আপোনাক বাৰ্তা দিছোঁ। সোনকালে উত্তৰ দিয়ক! — গীতাৰ্থ বৰদলৈ (talk) 07:28, 9 জুলাই 2012 (UTC)
চৰাই
শামুকভঙা আৰু মণিয়ৰিৰ আৰম্ভণিৰ অংশটো ইংৰাজী প্ৰবন্ধকেইটাৰ দৰে লিখিবচোন। — গীতাৰ্থ বৰদলৈ (talk) 16:53, 1 আগষ্ট 2012 (UTC)
আজিলৈ সামৰিলো- কাইলৈ চাম বাৰু! মৌচুমী (talk)
অসমীয়া খাদ্যত ব্যৱহৃত শাক পাচলিসমূহৰ ছবি
মৌচুমী বাইদেউ, মই ছবিখন একেযেন দেখিনামটো সলনি কৰিছিলো। কিন্তু সন্দেহ হৈ আছিল। শুদ্ধ কৰি দিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ। মোৰ লগতো কেইখনমান ছবি আছে বেলেগ বেলেগ শাক-পাচলিৰ, দিব পাৰিমনে? কৌশিক দাসবাৰ্তা 04:40, 4 আগষ্ট 2012 (UTC)