সমললৈ যাওক

ৱিকিপিডিয়া:সন্মিলন/যোৰহাট ১

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প চিকিৎসাবিজ্ঞানৰ অংশ হিচাপে অহা ২৪ এপ্ৰিল তাৰিখ মঙ্গলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মূলতঃ চিকিৎসকসকলৰ উদ্দেশ্যে এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। অৱশ্যে ইয়াত অংশগ্ৰহণ কৰিবলৈ চিকিৎসক হোৱাটো বাধ্যতামূলক নহয়। অনলাইন সম্পাদনাৰ বিপৰীতে সৃষ্টি কৰা মানবিশিষ্ট লেখা সংগ্ৰহ কৰি পিছত আপল'ড কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

ৱিকিপিডিয়া সন্মিলন

তাৰিখ আৰু ঠাই

  • কেতিয়া: ২৪ এপ্ৰিল, ২০১২
  • সময়: দিনৰ ২:১৫ বজা
  • ক'ত: যোৰহাট চিকিৎসা মহাবিদ্যালয় আলোচনা কক্ষ

প্ৰস্তাৱিত কাৰ্যসূচী

  • অসমীয়া ৱিকিপিডিয়াৰ পৰিচয়
  • ৱিকিপিডিয়াৰ প্ৰয়োজনীয়তা, FAQ পুথিৰ বিতৰণ
  • অসমীয়া ইউনিক'ড টাইপিং আৰু ৱিকিপিডিয়াত সম্পাদনাৰ বিষয়ে থুলমুলকৈ
  • সাধাৰণ নীতিসমূহ
  • ৱিকিপ্ৰকল্প চিকিৎসাবিজ্ঞানৰ আভাষ
  • ৱিকিপিডিয়াৰ প্ৰবন্ধ কেনে হোৱা উচিত
  • স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ উল্লেখযোগ্য বিষয়সমূহৰ আলোচনা


অংশগ্ৰহণকাৰী

  1. — গীতাৰ্থ বৰদলৈ (talk)



শুভকামনা

  1.  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:28, 19 এপ্ৰিল 2012 (UTC)
  2. Jyoti Prakash Nath (talk) 18:12, 20 এপ্ৰিল 2012 (UTC)
  3. Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) 19:05, 21 এপ্ৰিল 2012 (UTC)
  4. দীপাংকৰ চেতিয়া বাৰ্তা 12:51, 23 এপ্ৰিল 2012 (UTC)
  5. কৌশিক দাসবাৰ্তা 14:47, 23 এপ্ৰিল 2012 (UTC)

আলোচনা

ৱিকিপিডিয়া:Meetup/Assam