সমললৈ যাওক

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox cricket tournament | name = '''2024 ICC Men's T20 World Cup''' | image = File:2024 ICC Men's T20 World Cup logo.svg |imagesize = | fromdate = 1 June | todate = 29 June 2024 | administrator = International Cricket Council | cricket format = Twenty20 International | tournament format = Group stage, Super 8s and Single-elimination tourna...
 
No edit summary
3 নং শাৰী: 3 নং শাৰী:
| image = File:2024 ICC Men's T20 World Cup logo.svg
| image = File:2024 ICC Men's T20 World Cup logo.svg
|imagesize =
|imagesize =
| fromdate = 1 June
| fromdate = জুন
| todate = 29 June 2024
| todate = ২৯ জুন ২০২৪
| administrator = [[International Cricket Council]]
| administrator = [[আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ]]
| cricket format = [[Twenty20 International]]
| cricket format = টুৱেণ্টি২০ আন্ত:ৰাষ্ট্ৰীয়
| tournament format = দলীয় পৰ্যায়, ছুপাৰ ৮ আৰু নক আউট
| tournament format = [[Group stage]], [[Super 8 (cricket round)|Super 8s]] and [[Single-elimination tournament|Knockout stage]]
| host = {{flag|West Indies}} <br /> {{flag|United States}}
| host = {{flag|West Indies}} <br /> {{flag|United States}}
| champions =
| champions =
| count =
| count =
| participants = 20
| participants = ২০
| matches = 55
| matches = ৫৫
| website = {{Official website|https://t20worldcup.com/}}
| website = {{Official website|https://t20worldcup.com/}}
| previous_year = Australia 2022
| previous_year = অষ্ট্ৰেলিয়া ২০২২
| previous_tournament = 2022 ICC Men's T20 World Cup
| previous_tournament = ২০২২ আইচিচি পুৰুষ টি-২০ বিশ্বকাপ
| next_year = India & Sri Lanka 2026
| next_year = ভাৰত আৰু শ্ৰীলংকা ২০২৬
| next_tournament = 2026 ICC Men's T20 World Cup
| next_tournament = ২০২৬ আইচিচি পুৰুষ টি-২০ বিশ্বকাপ
}}
}}
'''আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪''' ({{Lang-en|2024 ICC Men's T20 World Cup}}) হৈছে [[আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ]]ৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টি-২০ দ্বিবাৰ্ষিক বিশ্বকাপৰ নৱম সংস্কৰণ। ২০২৪ চনৰ ১ৰ পৰা ২৯ জুনলৈকে [[ৱেষ্ট ইণ্ডিজ]] আৰু [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা]]ত খেলসমূহ অনুষ্ঠিত হ'ব।[1] উল্লেখযোগ্য যে, [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা]]ত অনুষ্ঠিত হোৱা এইখনেই হৈছে প্ৰথম আইচিচিৰ প্ৰতিযোগিতা৷ 2] ৱেষ্ট ইণ্ডিছে টি-২০ বিশ্বকাপ দ্বিতীয়বাৰৰ কাৰণে আয়োজন কৰি আছে। ইয়াৰ আগতে তেওঁলোকে ২০১০ চনত আয়োজন কৰিছিল৷[3] টি-২০ বিশ্বকাপৰ পূৰ্বৰ সংস্কৰণটোত ইংলেণ্ডে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ অৱতীৰ্ণ হৈছে।
'''আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪''' ({{Lang-en|2024 ICC Men's T20 World Cup}}) হৈছে [[আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ]]ৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টি-২০ দ্বিবাৰ্ষিক বিশ্বকাপৰ নৱম সংস্কৰণ। ২০২৪ চনৰ ১ৰ পৰা ২৯ জুনলৈকে [[ৱেষ্ট ইণ্ডিজ]] আৰু [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা]]ত খেলসমূহ অনুষ্ঠিত হ'ব।<ref name=ci28jul23>{{Cite web |title=Next Men's T20 World Cup set to be played from June 4 to 30, 2024 |url=https://www.espncricinfo.com/story/next-men-s-t20-world-cup-set-to-be-played-from-june-4-to-30-2024-1389921 |access-date=2023-07-28 |website=ESPNcricinfo |language=en |archive-date=28 July 2023 |archive-url=https://web.archive.org/web/20230728175902/https://www.espncricinfo.com/story/next-men-s-t20-world-cup-set-to-be-played-from-june-4-to-30-2024-1389921 |url-status=live }}</ref> উল্লেখযোগ্য যে, [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা]]ত অনুষ্ঠিত হোৱা এইখনেই হৈছে প্ৰথম আইচিচিৰ প্ৰতিযোগিতা৷ <ref>{{cite news |url=https://www.bbc.co.uk/sport/cricket/61083748 |title=2024 T20 World Cup: USA granted automatic qualification |work=BBC Sport |access-date=12 April 2022 |archive-date=12 April 2022 |archive-url=https://web.archive.org/web/20220412134824/https://www.bbc.co.uk/sport/cricket/61083748 |url-status=live }}</ref> ৱেষ্ট ইণ্ডিছে টি-২০ বিশ্বকাপ দ্বিতীয়বাৰৰ কাৰণে আয়োজন কৰি আছে। ইয়াৰ আগতে তেওঁলোকে ২০১০ চনত আয়োজন কৰিছিল৷<ref>{{cite news |title=T20 World Cup 2024: Dates, Groups, Venues - NDTV Sports |work=NDTV Sports |date=30 May 2024 |access-date=1 July 2022|url=https://sports.ndtv.com/t20-world-cup-2024/t20-world-cup-2024-dates-groups-venues-everything-you-need-to-know-5779807#:~:text=The%202024%20ICC%20Men's%20T20,of%20the%20T20%20World%20Cup.}}</ref>টি-২০ বিশ্বকাপৰ পূৰ্বৰ সংস্কৰণটোত ইংলেণ্ডে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ অৱতীৰ্ণ হৈছে।


২০২২ চনৰ প্ৰতিযোগিতাত অংশ লোৱা ১৬টা দলৰ সংবৰ্ধন হৈ এইবাৰ অভিলেখসংখ্যক ২০টা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ইয়াৰ ভিতৰত আয়োজক দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ৷ ২০২২ চনৰ সংস্কৰণৰ শীৰ্ষ আঠটা দল, আইচিচি পুৰুষৰ টি-২০আই দলৰ ৰেংকিঙৰ পৰৱৰ্তী দুটা দল আৰু আঞ্চলিক কোৱালিফায়াৰৰ দ্বাৰা নিৰ্ধাৰিত আঠটা দল অন্তৰ্ভুক্ত। কানাডা আৰু উগাণ্ডাই প্ৰথমবাৰৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আমেৰিকাই সহ-আয়োজক হোৱাৰ ফলত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে।
২০২২ চনৰ প্ৰতিযোগিতাত অংশ লোৱা ১৬টা দলৰ সংবৰ্ধন হৈ এইবাৰ অভিলেখসংখ্যক ২০টা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ইয়াৰ ভিতৰত আয়োজক দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ৷ ২০২২ চনৰ সংস্কৰণৰ শীৰ্ষ আঠটা দল, আইচিচি পুৰুষৰ টি-২০আই দলৰ ৰেংকিঙৰ পৰৱৰ্তী দুটা দল আৰু আঞ্চলিক কোৱালিফায়াৰৰ দ্বাৰা নিৰ্ধাৰিত আঠটা দল অন্তৰ্ভুক্ত। কানাডা আৰু উগাণ্ডাই প্ৰথমবাৰৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আমেৰিকাই সহ-আয়োজক হোৱাৰ ফলত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে।
==তথ্যসূত্ৰ==

08:56, 8 June 2024ৰ সংস্কৰণ

2024 ICC Men's T20 World Cup
চিত্ৰ:File:2024 ICC Men's T20 World Cup logo.svg
দিনাংক ১ জুন – ২৯ জুন ২০২৪
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
ধৰণ টুৱেণ্টি২০ আন্ত:ৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) দলীয় পৰ্যায়, ছুপাৰ ৮ আৰু নক আউট
আয়োজক(সমূহ)  ৱেষ্ট ইণ্ডিজ
 আমেৰিকা যুক্তৰাষ্ট্ৰ
দলৰ সংখ্যা ২০
মুঠ খেলৰ সংখ্যা ৫৫
আনুষ্ঠানিক ৱেবছাইট আধিকাৰিক ৱেবছাইট

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪ (ইংৰাজী: 2024 ICC Men's T20 World Cup) হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টি-২০ দ্বিবাৰ্ষিক বিশ্বকাপৰ নৱম সংস্কৰণ। ২০২৪ চনৰ ১ৰ পৰা ২৯ জুনলৈকে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত খেলসমূহ অনুষ্ঠিত হ'ব।[1] উল্লেখযোগ্য যে, আমেৰিকাত অনুষ্ঠিত হোৱা এইখনেই হৈছে প্ৰথম আইচিচিৰ প্ৰতিযোগিতা৷ [2] ৱেষ্ট ইণ্ডিছে টি-২০ বিশ্বকাপ দ্বিতীয়বাৰৰ কাৰণে আয়োজন কৰি আছে। ইয়াৰ আগতে তেওঁলোকে ২০১০ চনত আয়োজন কৰিছিল৷[3]টি-২০ বিশ্বকাপৰ পূৰ্বৰ সংস্কৰণটোত ইংলেণ্ডে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ অৱতীৰ্ণ হৈছে।

২০২২ চনৰ প্ৰতিযোগিতাত অংশ লোৱা ১৬টা দলৰ সংবৰ্ধন হৈ এইবাৰ অভিলেখসংখ্যক ২০টা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ইয়াৰ ভিতৰত আয়োজক দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ৷ ২০২২ চনৰ সংস্কৰণৰ শীৰ্ষ আঠটা দল, আইচিচি পুৰুষৰ টি-২০আই দলৰ ৰেংকিঙৰ পৰৱৰ্তী দুটা দল আৰু আঞ্চলিক কোৱালিফায়াৰৰ দ্বাৰা নিৰ্ধাৰিত আঠটা দল অন্তৰ্ভুক্ত। কানাডা আৰু উগাণ্ডাই প্ৰথমবাৰৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আমেৰিকাই সহ-আয়োজক হোৱাৰ ফলত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে।

তথ্যসূত্ৰ

  1. "Next Men's T20 World Cup set to be played from June 4 to 30, 2024" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/next-men-s-t20-world-cup-set-to-be-played-from-june-4-to-30-2024-1389921। আহৰণ কৰা হৈছে: 2023-07-28. 
  2. "2024 T20 World Cup: USA granted automatic qualification". BBC Sport. https://www.bbc.co.uk/sport/cricket/61083748. 
  3. "T20 World Cup 2024: Dates, Groups, Venues - NDTV Sports". NDTV Sports. 30 May 2024. https://sports.ndtv.com/t20-world-cup-2024/t20-world-cup-2024-dates-groups-venues-everything-you-need-to-know-5779807#:~:text=The%202024%20ICC%20Men's%20T20,of%20the%20T20%20World%20Cup..